শীৰ্ষ

অৰুণাচলৰ পৰা ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিব সুন্দৰীয়ে: মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ শুভেচ্ছা

প্ৰথম খবৰ, বালিপৰা: বিশ্বৰ অন্যতম সৌন্দৰ্য্ প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়া কনটেষ্টত এইবেলি প্ৰথমবাৰৰ বাবে  অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে অৰুণাচলৰ এগৰাকী সুন্দৰীয়ে। সুন্দৰীগৰাকীৰ নাম মিছ লিছা থ’ছুম। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতাখনত অৰুণাচলৰপৰা পোনপ্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলগীয়া সুন্দৰী থ’ছুমক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে। লগতে সুন্দৰীগৰাকীৰ  উজ্বল ভৱিষ্যৎ  কামনা কৰে।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close