অসম

কম কষ্টত অধিক লাভজনক ৰবৰ খেতি

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰীয়া বৰপথাৰৰ নিবাসী মুনীন বৰাই  নিজৰ একক প্ৰচেষ্টাৰে ১৯৯১ চনতে প্ৰায় ৭ বিঘা মাটিত ৰবৰ খেতি আৰম্ভ কৰি বছৰি প্ৰায় ১.৫০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি প্ৰথম খবৰৰ আগত শ্ৰী বৰাই কয় যে পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ সেউজ চিন্তাশ্ৰয়ী হব লাগিব আৰু সেউজ পৃথিৱী গঢ়িব লাগিব আৰু ৰৱৰ খেতিৰ জৰিয়তে আমাৰ পৰিৱেশ আমাৰ হাতত ৰক্ষা হব।  যুৱপ্ৰজন্মৰ প্ৰতি মুনীন বৰাৰ আহ্বান  কম কষ্টত অধিক লাভজনক  ৰবৰ খেতি কৰক আৰু  সেউজ পৰিৱেশ গঢ়ি তোলক ।

Related Articles

Leave a Reply

Close