অসমশীৰ্ষ

কি হৈছে ছ’চিয়েল মিডিয়াত

নিউজ ডেস্ক, প্ৰথম খবৰ: এটাৰ পিছত আনটো ফেচবুক বিতৰ্ক। এইবাৰ ফেচবুকত অশ্লীল মন্তব্য প্ৰিয়ংকা ভৰালীৰ দৈহিক সৌন্দৰ্যতাক লৈ। ৰাজকুমাৰ তামুলী নামৰ যুৱকজনে ফেচবুকত আপলোড কৰে প্ৰিয়ংকাৰ শৰীৰৰ বিষয়ে বহু আপত্তিজনক কথা। ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সমগ্ৰ শিল্পী সমাজৰ লগতে বহু অনুৰাগীয়ে। জানিব পৰা মতে, যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰিয়ংকাই।

Related Articles

Leave a Reply

Close