অসম

ছয়গাঁও বাতাহিদিয়াত নাওঁ দুৰ্ঘটনাগ্ৰস্থ

প্ৰথম খবৰ, বকো: ধুমুহাত ব্ৰহ্মপুত্ৰত ডুব গ’ল যন্ত্ৰ চালিত নাওঁ। বাতাহিদিয়াৰ দেউৰীডুবিত এই ঘটনা। চাহজাহান আলীৰ সৈতে নাৱত আছিল ৫/৬ জন যাত্ৰী। কথমপি প্ৰাণ ৰক্ষা পৰিল নাওঁ যাত্ৰীৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close