অসম

জনাৰামচৌকাত আটক ছাগলী চোৰ

প্ৰথম খবৰ,দলংঘাট, দৰং: দৰং জিলাৰ জনাৰামচৌকাত গুৱাহাটীৰ পৰা ভি আই পি গাড়ীত উঠি আহি ছাগলী চোৰ কৰিব লওঁতেই ৰাইজৰ হাতত আটক হ’ল  তিনিটা ছাগলী চোৰ। ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই মঙ্গলদৈ সদৰ থানাৰ আৰক্ষীক গতাই দিয়ে।

Related Articles

Leave a Reply

Close