অসম

জাজৰিত IPL ৰ নামত ব্যাপক জুৱা

প্ৰথম খবৰ, বটদ্ৰৱা: নগাঁও জিলা ৰ জাজৰি আৰক্ষী থানা ৰ গাতে লাগি থকা জাজৰি বাছ আস্থানত IPL ৰ নামত চলি আছে ব্যাপক জুৱা ৰ আদ্দা। ইয়াৰ সমান্তৰাল কৈ প্ৰশাসনৰ জ্ঞাতাৰ্থে দীৰ্ঘদিন ধৰি চলি আছে তিৰ খেলৰ বেহা।স্থানীয় বহুতো যুৱক এই ব্যৱসায় ৰ লগত জড়িত হৈ পৰাৰ লগতে ভিন্ন সময়ত ঘৰুৱা অশান্তিৰো সৃষ্টি হোৱাৰ অভিযোগ পোৱা গৈছে। আৰক্ষীৰ লোকে চকু মুদা কুলি ৰ ভাও জোৰাত স্থানীয় সচেতন মহলে প্ৰশাসনৰ পৰা সম্পূৰ্ণ আস্থা হেৰুৱাই পেলাইছে আৰু উক্ত ব্যৱসায়ৰ পৰা আৰক্ষীয়েও লাভৰ অংশ পোৱা বুলি আশংকা ব্যক্ত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close