থোৰতে

দুলীয়াজানৰ আপকুৰ অনুষ্ঠানৰ আজি দ্বিতীয় দিন

প্ৰথম খবৰ, কাকপথাৰ:  দুলীয়াজানত আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন।  আজি পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ২৫জন বিশিষ্ট ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলন কৰাৰ পাছতেই স্মৃতি তৰ্পন কাৰ্যসূচী আৰম্ভ হয়। দিনৰ ১২ বজাৰ পৰা হ’বলগীয়া মুকলি সভাত অসমৰ প্ৰায় সংখ্যক বাতৰি কাকত আৰু বৈদ্যুতিক মাধ্যমৰ বহু কেইজন বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close