অসম

দেৰগাঁৱত বেংক চুৰিৰ ঘটনা

প্ৰথম খবৰ,দেৰগাঁও: দেৰগাঁও মিছামৰাত অসম গ্ৰামীণ বিকাশ বেংকত চোৰৰ দলৰ অভিযান। বৃহস্পতি বাৰে নিশা চোৰে চলালে এই অভিযান। পুৱা দহ বজাত পোহৰলৈ আহিছে ঘটনা। চোৰৰ দলে লুটি নিলে তিনিটা কম্পিউটাৰ সহ অনান্য সামগ্ৰী। বেংক কতৃপক্ষৰ মতে, চোৰে নিব নোৱাৰিলে নগদ ধন। বেংকটোত নাছিল চি চি টি ভি কেমেৰা। অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।

 

Related Articles

Leave a Reply

Close