অসম

নগাঁও মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

প্ৰথম খবৰ, ননৈ : আজি ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ নবনিৰ্মিত উৰণীয়া পদপথ আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ভৱন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close