অসম

নগাঁৱত গঁড়ৰ খড়গ সহ ৬ জনক আটক

প্ৰথম খবৰ, নগাঁও:  নগাঁও বৰঘাট আৰক্ষীয়ে আজি এক গোপন সূত্রৰ পমখেদি অভিযান চলাই গঁড়ৰ খড়গ সহ ৬ জন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত লোক কেইজন সম্প্ৰতি বৰঘাট আৰক্ষীৰ জিম্মাত আছে।

Related Articles

Leave a Reply

Close