অসমশীৰ্ষ

পাঠশালাত উন্মোচিত হ’ল এমবিশ্বন শ্বপিং মল

 প্ৰথম খবৰ, বজালী : আজি পাঠশালাত উন্মোচিত কৰা হ’ল ‘এমবিশ্বন’ নামৰ শ্বপিং মল। বলীউডৰ মোহময়ী অভিনেত্ৰী নেহা ধুপীয়াই শ্বপিং মলটো বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে। এই শুভ মুহুৰ্তত উপস্থিত থাকে উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ লগতে সহস্ৰাধিক লোক।

Related Articles

Leave a Reply

Close