অসম

পাঠশালাত নেহা ধুপিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি অসমলৈ আহিব বলিউদৰ মোহময়ী অভিনেত্রী নেহা ধুপিয়া | দিনৰ ১২ বজাত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে পাঠশালাত উপস্থিত হৈ উদ্বোধন কৰিব নৱনিৰ্মীত শ্বপিংমল “এম্বীচন” |

Related Articles

Leave a Reply

Close