বিনোদনশীৰ্ষ

বাহুবলী-২ৰ ঢৌত লাভাম্বিত প্ৰযোজক

এণ্টাৰটেইনণ্ট ডেস্ক, প্ৰথম খবৰ: সকলোৰে মুখে মুখে কেৱল বাহুবলীৰ কথা। বাহুবলী-2 দুসপ্তাহৰ বাবে সকলো চিত্ৰগৃহতে চলিব। কেৱল বাহুবলীৰ-২ৰ বাবে এই দুসপ্তাহত আন কোনো ছবিকে মুক্তি নিদিয়ে বুলি জানিব পৰা গৈছে। কিন্তু তাতোকৈ ভাল খবৰ যে, ছবিখনৰ মুক্তি লাভ কৰাৰ দুটা দিন সম্পূৰ্ণ নহওঁতেই ৫০% লাভ কৰে প্ৰযোজকে। গতিকে আগন্তুক দিনকেইটাত  বাহুবলী -2এ ছবিজগতৰ সকলো অভিলেখ ভংগ কৰিব বুলি ক’লেও বেছি কোৱা নহ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close