অসম

বোকাখাটত দোকানত উদ্ধাৰ হ’ল সৰ্বশিক্ষাৰ বিনামূলীয়া জোতা

প্ৰথম খবৰ,বোকাখাট: বোকাখাতৰ জোতাৰ দোকানত সৰ্বশিক্ষা অভিযান মিছনৰ ল’গ যুক্ত শ শ জোতা উদ্ধাৰ । সৰ্বভাৰতীয় ল’গ সংলগ্ন জোতাবোৰ ক’ৰ পৰা আহিল সেয়া ৰহস্যজনক। School Shoes বুলি লিখা জোতাবোৰৰ কোনো বিল প্ৰদৰ্শন কৰিব পৰা নাই ব্যৱসায়ীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close