বিনোদনশীৰ্ষ

মুক্তিৰ পূৰ্বেই বাহুবলী-২ৰ উপাৰ্জন ১৯ কোটি

এণ্টাৰটেইনমেণ্ট ডেক্স, প্ৰথম খবৰ: কাইলৈ ছবিঘৰলৈ আহিব বহু প্ৰত্যাশিত আৰু বহু চৰ্চিত ছবি বাহুবলী-২। বাহুবলী মানেই যেন অভিলেখৰ উপৰি অভিলেখ। কাইলৈ ছবিঘৰলৈ অহাৰ লগে লগে আন এক অভিলেখৰ অধিকাৰী হ’ব বাহুবলী-২। বিশ্বৰ ৯০০০টা চিত্ৰগৃহত একেলগে মুক্তি লাভ কৰিব ৰাজামৌলীৰ বাহুবলী-২। এক্সন, ক্লাইমেক্সে সকলোবোৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে, গতিকে দৰ্শকৰ মাজতো উৎসুকতাৰ অন্ত নাই। ইতিমধ্যে বহুতে আগতীয়াকৈ কাটিছে বাহুবলী-২ৰ টিকট। এডভান্স বুকিঙৰ পৰাই ছবিখনে এতিয়ালৈ সংগ্ৰহ কৰিছে প্ৰায় ১৯ কোটি টকা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close