বিনোদনশীৰ্ষ

কল্পনাৰ চৰিত্ৰত ডেডীছ গাৰ্ল

প্ৰথম খবৰ, এণ্টাৰটেইনমেণ্ট ডেক্স: ভাৰতৰ প্ৰখ্যাত মহাকাশচাৰী কল্পনা চাওলাক লৈ শীঘ্ৰেই নিৰ্মাণ হ’ব এখন বায়’পিক। এই ছবিখনত কল্পনা চাওলাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে প্ৰিয়ংকা চোপ্ৰাই। টাইমছ অব্ ইণ্ডিয়া, ইণ্ডিয়া টুডে আদি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই সম্ভাৱনাক লৈ বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে এই পৰ্যন্ত প্ৰিয়ংকা চোপ্ৰাই স্থিতি স্পষ্ট কৰা নাই।

Tags

Related Articles

Leave a Reply

Close