অসমগুৱাহাটী

IMMSত দুদিনীয়া সাংবাদিকতাৰ কৰ্মশালা সামৰণী

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটীৰ আগশাৰীৰ সাংবাদিকতাৰ শিক্ষানুষ্ঠান ‘ Institute of Media And Management Studies’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সাংবাদিকতাৰ কৰ্মশালাৰ আজি অন্ত পৰে। বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে এই কৰ্মশালাত ভাগ লয়। জ্যেষ্ঠ সাংবাদিক কুমুদ দাস, ঋতুস্মিন শৰ্মা, জ্যোতিদ্বীপ বৈশ্য উপৰিও আজি উপস্থিত থাকে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈ। তেওঁলোকে শিক্ষাৰ্থী সকলক ব্যৱহাৰিক জ্ঞান দিয়াৰ উপৰিও সাংবাদিক জগতখনৰ বিষয়ে কিছু আভাস দিয়ে।

 

Related Articles

Leave a Reply

Close