শীৰ্ষ

INDIA TODAY MIND ROCKSৰ সলনি হ’ল হৰ্ডিং

নিউজ ডেস্ক, প্ৰথম খবৰ: INDIA TODAY MIND ROCKS ৰ অপমানজনক হৰ্ডিং আঁতৰিল |এইবাৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালক স্থান দিয়া হ’ল সন্মুখত আৰু কেটৰিণা কাঈফ, সৌৰভ গাংগুলীক স্থান দিয়া হ’ল পিছত |বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো স্থান দিয়া হ’ল নতুন হৰ্ডিংত,পূৰ্বত নাছিল হিমন্ত বিশ্ব শৰ্মাৰ ফটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close