বিনোদনশীৰ্ষ

‘অনন্যা’ আহি আছে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: ৮২ টা বসন্ত অতিক্ৰম কৰা অসমীয়া বোলছবিৰ জগতত সংযোজন হ’বলৈ ওলাইছে এখন নতুন অসমীয়া বোলছবি। এখন সম্পূৰ্ণ ব্যতিক্ৰমী ছবি ‘অনন্যা’ৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত আৰু নবমিকা বৰঠাকুৰৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ ল’কেচন ‘স্কটলেণ্ড অৱ ইষ্ট’-শ্বিলঙত। অনন্যা মুখ চৰিত্ৰত অভিনয় কৰিছে চন্দনা শৰ্মাই।

Related Articles

Leave a Reply

Close