অসম

অভয়াপুৰীত পৰীক্ষাত অসৎ উপায় অৱলম্বন: ছাত্ৰ বহিষ্কৃত

প্ৰথম খবৰ, অভয়াপুৰী: অভয়াপুৰী মহাবিদ্যালয়ত চলি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ পৰীক্ষাত আজি এজন পৰীক্ষাৰ্থী অসৎ উপায় অৱলম্বন কৰি থকা অৱস্থাত নিৰীক্ষকে ধৰা পেলাই পৰীক্ষাৰ পৰা বহিস্কাৰ কৰে ৷ পৰীক্ষাৰ্থীজনৰ ৰোল S-15268 নং 0050 বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close