অসম

অভয়াপুৰীত ৰবীন্দ্ৰনাথৰ জন্মজয়ন্তী বিভ্ৰাট

প্ৰথম খবৰ, অভয়াপুৰী: সমগ্ৰ ভাৰততে আজি কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৬তম জন্মজয়ন্তী পালন কৰা হৈছে যদিও বঙাইগাঁওৰ অভয়াপুৰীত ১৫৭তম জন্মজয়ন্তী পালন কৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ কিহৰ বাবে এয়া হ’ল তাক সচেতন মহলে প্ৰশ্ন তুলিছে ৷

Related Articles

Leave a Reply

Close