অসম

অভয়াপুৰীৰ তুলুঙীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, অভয়াপুৰী: অভয়াপুৰীৰ তুলুঙীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা ৮ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে এখন স্কুটীত ৷ আৰু স্কুটীখন চিটিকি গৈ খুন্দা মাৰে এজন পথচাৰীক ৷ স্কুটী আৰোহী কামা ৰায়ৰ অৱস্থা সংকটজনক ৷ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰি বঙাইগাঁও চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ পথচাৰী দীপিকা ৰায়কো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close