অসম

অশ্লীল ভিডিঅ’ আৰু ফটো ইন্টাৰনেট যোগে ৰাজহুৱা কৰা মায়ঙৰ এজন যুৱক আৰক্ষীৰ জালত

প্ৰথম খবৰ, মায়ং: নিজৰ প্ৰেমিকা আৰু প্ৰেমিকাৰ খুৰিয়েকৰ অশ্লীল ভিডিঅ’ আৰু ফটো ইন্টাৰনেট যোগে ৰাজহুৱা কৰা মায়ঙৰ এজন যুৱক মায়ং আৰক্ষীৰ জালত। ধৃত যুৱকজন কলিকতাত অধ্যয়নৰত ফটোগ্ৰাফি ছাত্ৰ। বৌদ্ধ দীপ্ত দাস নামৰ যুৱক জনে আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে। প্ৰথম বাৰৰ বাবে মায়ং অঞ্চলত এনে ঘটনা সংঘটিত হোৱাৰ বাবে লজ্জানত হৈ দুখ প্ৰকাশ কৰিছে বিভিন্ন মহলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close