অসম

অসমৰ বিভিন্ন ঠাই ভ্ৰমন কৰাৰ উদ্দেশ্যয়ে মহাৰাষ্ট্ৰৰ পৰা উপস্থিত এজন বাই চাইকেল আৰোহী

প্ৰথম খবৰ, জাগুন:  এপ্ৰিলৰ ৪ তাৰিখে মহাৰাষ্ট্ৰৰ কানোৱা নামৰ ঠাই ডোখৰ পৰা অসমৰ বিভিন্ন ঠাই ভ্ৰমন কৰাৰ উদ্দেশ্যয়ে অসমত আহি উপস্থিত হৈছেহি এইজন ৬৩ বছৰীয়া বাইক চাইকেল আৰোহী । নাম ৰামা কান্ত মাহাৰী । বয়সে হাড় নমনা এইজন ৰামা কান্ত মাহাৰীয়ে ইতিমধ্যে অসমৰ কেইবাখনো ঠাইৰ (গুৱাহাটী, তেজপুৰ, তিনিচুকীয়াৰ) লগতে অৰুণাচলৰ টাৱাং,তেজু,জয়ৰামপুৰ আদি ঠাই সমূহ ভ্ৰমন কৰি অন্তত উপস্থিত হৈছেহি তিনিচুকীয়া জিলাৰ জাগুনত । জাগুনৰ পৰা ইতিমধ্যে এইজন বাইক চাইকেল আৰোহীজনে এমাহ প্ৰায় সম্পূৰ্ণ হোৱাত পুনৰ তেওঁ নিজৰ গন্তম্ব্য স্থানলৈ উভটি যাব বিচাৰিছে ।

Related Articles

Leave a Reply

Close