অসম

অসম অৰুণাচল সীমাত ৰমৰমীয়া দেহ ব্যৱসায়

প্ৰথম খবৰ, নাওবৈচা:  অসম- অৰুণাচল সীমা বান্দৰদেৱাৰ পিতিচিৰ ঘাইপথৰ কাষতে একাংশ দোকানৰ পিছ অংশত দেহব্যৱসায় চলাই আছে দুষ্টচক্ৰই ৷ আগভাগত পাণ-তামোলৰ দোকান, পিচফালে মদ আৰু যৌন কৰ্মীৰ বাসস্থানৰে ভৰপূৰ ৷ নিচেই কাষতে দুইখন ৰাজ্যৰ পুলিচ প্ৰশাসন থাকোতেও কি দৰে ইমান খোলাকে যৌন কৰ্মীয়ে গিজগিজাই থাকিব পাৰিছে এক চিন্তাৰ বিষয়৷ এই দোকান সমূহলে কলেজীয়া ছাত্ৰীও আহি যৌনকৰ্মত লিপ্ত হোৱা দৃষ্টিগোচৰ হৈছে ৷ প্ৰশাসনে যদি উচিত ব্যৱস্থা নলয় তেনেহলে উঠি অহা প্ৰজন্ম অনাগত দিনত ভিক্ষণ বিপদৰ সন্মুখীন হ’ব লাগিব যে খাতাং।

Related Articles

Leave a Reply

Close