অসমখেল

অসম দলৰ বাবে নিৰ্ব্বাচিত ডিব্ৰুগড়ৰ ৬গৰাকী ছোৱালী

প্ৰথম খবৰ,ডিব্ৰুগড়::ডিব্ৰুগড় জিলা খো খো সন্থাৰ ৬গৰাকী ছোৱালী খেলুৱৈ চিনিয়ৰ শাখাত অসম দলৰ বাবে নিৰ্ব্বাচিত হৈছে । খেলুৱৈ কেইগৰাকী হল ৰিজু সোণোৱাল, দীপশিখা সোণোৱাল, মনালিচা বড়া, ৰিমঝিম সোণোৱাল, ৰিতা পানিকা আৰু বাৰবি গগৈ । ১৪মে’ পৰা ১৬ মে’ লৈকে চিলিগুৰিত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় খো খো প্ৰতিযোগিতাত অসম দলে অংশ গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close