অসম

আগমনিত উটসহ ৩ জনক আটক

প্ৰথম খবৰ, গোলকগঞ্জ: ধুবুৰী জিলাৰ আগমনিত দুটা উট সহ তিনিজন আটক। বংগৰ পৰা চোৰাং পথেৰে AS17B-2488 নম্বৰৰ গাড়ীৰে অসমত প্ৰবেশ কৰাত আৰক্ষীয়ে জব্দ কৰে। ধৃত তিনিজন হল ৰফিকুল হক, আইনুল হক, সুকুৰ আলী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close