অসম

উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ উদ্যাগত অবৈধ দোকান উচ্ছেদ

প্ৰথম খবৰ, যোগীঘোপা: বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বিভিন্ন অঞ্চলত ৩১(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা দোকানৰ ওপৰত শেন চকু চকু পৰিল প্ৰশাসনৰ । আজি উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ উদ্যাগত মিতালী লহকৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিকৰ জোৱান উপস্থিত হৈ যোগীঘোপাৰ পৰা কাবাইটাৰী লৈ ৩১ (খ) ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ দোকানসমূহ উচ্ছেদ কৰে ।

Related Articles

Leave a Reply

Close