অসম

উৰুখা পঁজা, টিপ চাকিৰ পোহৰত পঢ়ি কৰৱীয়ে পালে ৮২% নম্বৰ

প্ৰথম খবৰ,দেওমৰনৈ: দৰিদ্ৰতা যে শিক্ষাত হেঙাৰ হব নোৱাৰে তাৰেই উদাহৰণ দাঙি ধৰিলে দৰং-ওডালগুৰি জিলাৰ সীমামূৰীয়া গাৱলীয়া অঞ্চল নামখলা বেজভাগতিৰ কৰৱী শইকীয়াই । কৰৱীৰ দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি কৰৱীক পঢ়াইছিল ভঙা ঘৰত থাকি চাকিৰ পোহৰত পঢ়ি কৰৱীয়ে ৫ টা বিষয়ত লেটাৰ মাৰ্ক পাই ৮২ % নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৰৱীৰ ঘৰলৈ গৈ নামখলা আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰে ৷

Related Articles

Leave a Reply

Close