অসম

ওৰাঙত ৰিজাল্ট লৈ ওভোতাৰ পথতে দুৰ্ঘটনাত নিহত

প্ৰথম খবৰ,ওৰাং : ওদালগুৰি জিলাৰ ওৰাঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথদুৰ্ঘটনা। ওৰাঙৰ গেলাবিলত বালি কঢ়িয়াই থকা AS25A-8947 নম্বৰৰ এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ফলত AS27-7707 নম্বৰৰ স্কুটিৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল সংগ্ৰহ কৰি বন্ধু সৈতে ঘৰ ওভতাৰ পথত ঘটে মৰ্মান্তিক ঘটনাটো। জ্যোতিৰ্ময় ডেকা(22), সুমন(চন্দন) ডেকা(22) গুৰুতৰভাৱে আহত হোৱাৰ লগতে আজি ঘোষিত HSLCত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বিক্ৰম চহৰীয়া থিতাতে নিহত হয়।

Related Articles

Leave a Reply

Close