অসম

কঠিয়াতলীত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, কামপুৰ: কঠিয়াতলী গছতলত পথ দুৰ্ঘটনা। আল্ট্ৰা গাড়ীয়ে মহতিয়াই নিলে বাইক আৰোহীক। থিতাতে নিহত লাকু বৰকটকী নামৰ বাইক আৰোহীজন। আল্ট্ৰা খনৰ নম্বৰ AS02AC-5294 আৰু বাইক নম্বৰ AS02S-1789 ।

Related Articles

Leave a Reply

Close