অসম

কদৰ্যময় ঢকুৱাখনা: পৰিৱৰ্তন কেতিয়া?

প্ৰথম খবৰ,ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ খনৰ অৱস্থা দিনক দিনে দিনে কদৰ্যময় হৈ উঠিছে ৷ নগৰ সকলো বাট পথ সমূহৰ বিধ্বস্ত ৰূপ ৷ নগৰ খনৰ সোমাজতে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতসমূহত বৰষুণৰ পানী জমা হোৱাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। পানী ওলাই যোৱাৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা নাই। যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজ যমৰ যাতনা ভুগিব লগীয়া হৈছে ৷ ৰাইজে এই সমস্যা সমাধান কৰিবলৈ ঢকুৱাখনা নগৰ সমিতি আৰু গড়কপ্তানি বিভাগক দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close