অসম

কমলপুৰত দুই শিশুৰ সলিল সমাধি

প্ৰথম খবৰ,কমলপুৰ: কামৰূপ জিলাৰ কমলপুৰৰ ডেকাৰকুছিত অঘটন। দুই শিশুৰ সলিল সমাধি। বাৰীৰ পিছফালে থকা পৰিত্যক্ত পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যু। শিশু দুগৰাকীৰ নাম হাদিউজ জামান আলিয়া জান্নাত বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close