অসম

কাকজানত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, কাকজান: আজি পুৱা গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা AS 03G 7763 নম্বৰৰ এখন ইণ্ডিকা চি এচ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। আনহাতে ইণ্ডিকা চি এচ গাড়ীখনৰ চালক জনে পথ দুৰ্ঘটনা কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে।

Related Articles

Leave a Reply

Close