অসম

কাকপথাৰত তিনি ড্ৰাগছ সেৱনকাৰীক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,কাকপথাৰ, ১০ মে : কাকপথাৰ থানাৰ অন্তৰ্গত লাজুম গাৱত আজি সন্ধিয়া স্থানীয় মহিলা সমিতিয়ে তিনিজন ড্ৰাগছ সেৱনকাৰীক ধৰি কাকপথাৰ আৰক্ষী থানাত চমজাই দিয়ে ৷ যুৱক কেইজন লাজুমৰ পিঠু (জেকি) মহন্ত, মাধৱ নেওঁগ আৰু আনজন ডিৰাকৰ বুলি জানিব পৰা গৈছে যদিও নাম জানিবলৈ সক্ষম হোৱা নাই ৷

Related Articles

Leave a Reply

Close