অসম

কাকপথাৰত ধন লুট

প্ৰথম খবৰ,কাকপথাৰ, ২০ মে: কাকপথাৰ থানাৰ পৰা মাত্ৰ আধা কি: মি: নিলগত আজি দিনৰ প্ৰায় দুই বজাত এহাল দম্পতীৰ পৰা ৮০ হাজাৰ টকা লুট কৰি নিয়ে ৷ হাহঁখাটি নামৰ ঠাইৰ পৰা AS06L-4606 নম্বৰৰ মটৰ চাইকেলেৰে টকাখিনি লৈ ফিলবাৰী অভিমূখে গৈ থকা অৱস্থাত এখন বগা ৰঙৰ ৮০০ মাৰুতি গাড়ীয়ে আগভেটি ধৰি পইছা খিনি লৈ উধাও হয় ৷ দম্পতী হালৰ নাম লিলা ছেত্ৰী আৰু গীতা ছেত্ৰী বুলি জানিবলৈ দিছে ৷

Related Articles

Leave a Reply

Close