অসম

কামপুৰত সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী

প্ৰথম খবৰ,কামপুৰ: নগাঁও জিলাৰ কামপুৰ গাৰুখুন্দা ঢিং গাঁৱত মংগলবাৰে দুপৰীয়া শ্ৰী শ্ৰী আউনীআটি সত্ৰৰ সত্ৰাাধিকাৰ পিতাম্বৰ দেৱ গোস্বামী উপস্থিত হয় । সত্ৰধিকাৰজন গাঁওখনত উপস্থিত হোৱাৰ লগে লগে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় । ঢিংগাঁৱৰ বুঢাডাঙৰীয়া নামঘৰত আনুষ্ঠিত হৈ থকা সাদিনীয়া অখণ্ড শ্ৰী শ্ৰী মদ্ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে গাঁওখনত উপস্থিত হৈছে সত্ৰাধিকাৰ জন।

Related Articles

Leave a Reply

Close