অসম

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২৬ টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপি-কংগ্ৰেছৰ: কাইলৈ ঘোষণা কৰিব অগপই

প্ৰথম খবৰ, অভয়াপুৰী: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২৬টা সমষ্টিৰ আটাইকেটাৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে বিজেপি দলে ৷ দলে প্ৰকাশ কৰা তালিকা অনুসৰি দুৱাৰ আমলাত প্ৰভাত চন্দ্ৰ তাৰ’ক প্ৰাৰ্থিত্ব, আমৰিত ধনীৰাম মাছলাইক প্ৰাৰ্থিত্ব প্ৰদান, চিংথঙত প্ৰদীপ ৰংপীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, চচেঙত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপছিং টেৰণক, ৰংখঙত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে হৰেন ছিং বে’কক, বিথুং ৰেংথামাত তুলিৰাম ৰংহাঙক প্ৰাৰ্থিত্ব, কপিলিত পৱন কুমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, হামৰেণত মংগলছিং তিমুঙক প্ৰাৰ্থিত্ব, আমৰেঙত ৰীণা তেৰাংপীক প্ৰাৰ্থিত্ব প্ৰদান, হাওৰাঘাটত খৰছিং ৰংপীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, লংফাৰত ৰামছিং তিমুঙক প্ৰাৰ্থিত্ব প্ৰদান, ফুলনিত দৰছিং ৰংখাঙক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, লাংহিনত থৰেন্দ্ৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান, কৰকান্থিত ৰাজু তিছ’ক প্ৰাৰ্থিত্ব প্ৰদান, মহামায়াত লুংছিং তেৰণক প্ৰাৰ্থিত্ব প্ৰদান,নামতি সমষ্টিত ৰিতেশ ইংহীক প্ৰাৰ্থিত্ব, ছচেং ধেণ্টাত কাচে ৰংপীক প্ৰাৰ্থিত্ব প্ৰদান, লুম্বাজং সমষ্টিত ৰতন তেৰণক প্ৰাৰ্থিত্ব, ধনশিৰিত প্ৰদীপ ডিফুছাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, সিংহাসনত অমৰ ছিং তিছ’ক প্ৰাৰ্থিত্ব প্ৰদান, বৰজানত লংকী তিমুঙক প্ৰাৰ্থিত্ব প্ৰদান, সৰুপথাৰত জগতছিং ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, বোকাজানত মাধুৰ্য ঢেকীয়াল ফুকনক প্ৰাৰ্থিত্ব প্ৰদান, দেওপানীত মুকুট মহন্তক প্ৰাৰ্থিত্ব, নিলিপত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে পবিত্ৰ ৰংপীক আৰু দুৱাৰ বাগৰিত ৰতন ইংতিক প্ৰাৰ্থিত্ব প্ৰদান ৷ ইফালে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা ৷ কংগ্ৰেছে প্ৰকাশ কৰা মতে দুৱাৰ আমলাত হাৰছন বে’ক প্ৰাৰ্থিত্ব প্ৰদান, আমৰিত ডামিয়ান হাঞ্চেক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, চিংথঙত ৰূপছিং বংৰুঙক প্ৰাৰ্থিত্ব, চচেঙত প্ৰাৰ্থিত্ব প্ৰদান বিশ্ব ৰংপীক, ৰংখঙত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে শ্ৰীছিং তেৰণক, বিথুং ৰেংথামাত বাজং তিছ’ক প্ৰাৰ্থিত্ব প্ৰদান, কপিলিত হৰেন্দ্ৰ ক্ৰামছাক প্ৰাৰ্থিত্ব, হামৰেণত মোহন ইংতিক প্ৰাৰ্থিত্ব প্ৰদান, আমৰেঙত এলিচ ইংতিপীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, হাওৰাঘাটত দেউৰী লেকথেক প্ৰাৰ্থিত্ব প্ৰদান, লংফাৰত লংকী ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, ফুলনিত সঞ্জীৱ তেৰণক প্ৰাৰ্থিত্ব প্ৰদান, লাংহিনত ৰজনী বেইপীক প্ৰাৰ্থিত্ব প্ৰদান, কৰকান্থিত মেনছিং তাৰ’ক প্ৰাৰ্থিত্ব, মহামায়াত বিদ্যাছিং ইংলেঙক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, নামতি সমষ্টিত অশোক তেৰণক প্ৰাৰ্থিত্ব, ছচেং ধেণ্টাত কৰেং তেৰণপীক প্ৰাৰ্থিত্ব প্ৰদান, লুম্বাজং সমষ্টিত ধনছিং ক্ৰামছাক প্ৰাৰ্থিত্ব, ধনশিৰিত এতিকা ডিফুছাক প্ৰাৰ্থিত্ব প্ৰদান, সিংহাসনত অমৰ ছিং তিছ’ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, বৰজানত লংকী তিমুঙক প্ৰাৰ্থিত্ব, সৰুপথাৰত জগতছিং ইংতিক প্ৰাৰ্থিত্ব প্ৰদান, বোকাজানত মাধুৰ্য ঢেকীয়াল ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, দেওপানীত মুকুট মহন্তক প্ৰাৰ্থিত্ব প্ৰদান, নিলিপত প্ৰাৰ্থিত্ব পবিত্ৰ ৰংপীক আৰু দুৱাৰ বাগৰিত ৰতন ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Related Articles

Leave a Reply

Close