অসম

কেইবাহাজাৰ ভক্তৰ উপস্থিতিত বৈকুণ্ঠধামলৈ পৰিণত তেজপুৰৰ হাবিয়াল বুঢ়া ডাঙৰীয়া থান

প্ৰথম খবৰ,তেজপুৰ,৭মে : মে’ মাহৰ ৭ তাৰিখৰ দিনটোত তেজপুৰৰ হাবিয়াল বুঢ়াদাঙৰিয়া থানত বিগত বৰ্ষৰ দৰে এইবাৰো পালনাম অনুষ্ঠিত হয়। তেজপুৰৰ বিভিন্ন প্ৰান্তৰ পোন্ধৰ হাজাৰৰো অধিক ভক্তপ্ৰান ৰাইজৰ উপস্থিতিৰে থানখন বৈকুণ্ঠপুৰী সদৃশ হৈ পৰে ৷ পুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজে চাকি-বন্তি, নৈবেদ্যৰে ভক্তিৰস বোৱাই দিয়ে ৷ ২ কুইণ্টল বুট-মগুৰ প্ৰসাদ, ১৫ থালী ভোগ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিতৰণ কৰা হয় ।

Related Articles

Leave a Reply

Close