অসম

গড়কাপ্তানি পথ শীঘ্ৰে মেৰামতি কৰাৰ দাবীত গুৱাহাটী-হাজোত পথ অৱৰোধ

প্ৰথম খবৰ, শুৱালকুছি: চেঁচা-ডিমু জৰাজীৰ্ণ গড়কাপ্তানি পথ শীঘ্ৰে মেৰামতি কৰাৰ দাবীত হাজোৰ দমদমাত, দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ গুৱাহাটী-হাজো পথ অৱৰোধ। লগতে বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু গড়কপ্তানি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close