অসম

গুৱাহাটীত উপস্থিত বিহপুৰীয়া দুই প্ৰতিভাৱান খেলুৱৈ

সঞ্জীৱ দত্ত, প্ৰথম খবৰ: স-গৌৰৱেৰে গুৱাহাটীত উপস্থিত হ’ল বিহপুৰীয়া দুই প্ৰতিভাৱান খেলুৱৈ ৷ উল্লেখ্য যে মালয়েচিয়াৰ কুৱালালামপুৰত অনুস্থিত হোৱা অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় মুকলি কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা বিহপুৰীয়াৰ দুগৰাকী কাৰাটে খেলুৱৈ ক্ৰমে পূজাৰাণি বৰা(৫০ কি:গ্ৰা:) আৰু ৰ’জি ৰাণি শইকীয়াই(৪০) কুমিটেত ব্যক্তিগত ভাৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷ দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এই দুগৰাকী খেলুৱৈক আজি বিহপুৰীয়াৰ পৰা যোৱা এটা প্ৰতিনিধি দলে গুৱাহাটীত উষ্ম আদৰণি জনাইছে ৷

Related Articles

Leave a Reply

Close