অসম

গুৱাহাটী অভিমুখী নৈশ বাছ দূৰ্ঘটনাগ্ৰস্থ


প্ৰথম খবৰ,হাফলং,উমৰাংচু: হাফলংৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্থ ৷ ডিমা হাচাও জিলাৰ ডিক্ৰং অঞ্চলৰ লংমাইচাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰিল AS-01 HC 5933 নম্বৰৰ নেটৱৰ্ক ট্ৰেভেলছৰ নৈশ বাছখন ৷ ১০ জন যাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ আহতসকলক দেহাংগী চিকিৎসালয়লৈ প্ৰেৰণ ৷

Related Articles

Leave a Reply

Close