অসম

গোলকগঞ্জত বজৰং দলৰ অৱস্থান ধৰ্মঘট


প্ৰথম খবৰ,আগমনি: ধুবুৰী জিলাৰ গোলকগঞ্জত বজৰংগ দলৰ অৱস্থান ধৰ্মঘট ৷ কাশ্মীৰত বিচ্ছিন্নতাবাদী সকলে ভাৰতীয় সেনাৰ বিৰুদ্ধে চলোৱা আক্ৰমন,শিলাবৰ্ষনৰ লগতে পাকিস্থানী সেনাই ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় সেনাক হত্যা কৰাৰ বিৰুদ্ধে বিৰুদ্ধে বজৰং দলৰ এই প্ৰতিবাদ ৷ যোগ্য প্ৰত্যুত্তৰৰ দাবীত গোলকগঞ্জৰ চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close