অসম

গোলাঘাটত বাঘৰ আক্ৰমণত আহত এজন

প্ৰথম খবৰ,গোলাঘাট: গোলাঘাটৰ ২নং কোৱানী গাৱত অঘটন । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিক । এখন চাহ বাগিছাত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ কৰে বাবু বৰা নামৰ যুৱক জনক । আহত যুৱক জনক গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভত্তী কৰা হৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close