অসম

গৰৈমাৰীত পঞ্চায়ত সচিবক ভাবুকি

প্ৰথম খবৰ, গৰৈমাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰীৰ হাতীশলা ভলুকাবাৰী গাঁও পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনক মূৰত পিষ্টল টোৱাই ভাবুকি ৷ জিলা মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰৰ সমন্বয়ক বুলি পৰিচয় দি হাতীশলাৰ নুৰুল ইছলাম নামৰ যুৱকে কৰিলে এই দাবী ৷ সাত দিনৰ সময়সীমা, ৫ লাখ টকা আদায় দিব নোৱাৰিলে সভাপতি গৰাকীৰ দুই স্কুলীয়া কন্যাক অপহৰণ কৰাৰ ভাবুকি ৷ ঘটনা সন্দভর্ত সভাপতি গৰাকীয়ে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

Related Articles

Leave a Reply

Close