অসম

ছয়গাঁৱত বন বিভাগৰ অভিযান

প্ৰথম খবৰ, ছয়গাঁও: ছয়গাঁও হাতীপাৰাত বন বিভাগৰ অভিযান। এটা অবৈধ কাঠ ফলা মিল জব্দ। জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠৰ কুণ্ডা। কাঠ ফলা মিলটো অমৰ আলী আৰু লাল মিঞাৰ। অবৈধ মিলৰ দুই স্বত্বাধিকাৰী পলাতক।

Related Articles

Leave a Reply

Close