অসম

জাগীৰোডত শিশু অপহৰণকাৰী ধৃত

প্ৰথম খবৰ,জাগীৰোড: জাগীৰোডত শিশু অপহৰণকাৰী ধৃত ৷ ডেৰ বছৰীয়া শিশুক অপহৰণ কৰি বিক্ৰী কৰিছিল ১২ হাজাৰ টকাত জাগীৰোডৰ শিলভাঙাৰ পৰা অপহৰণ কৰি নগাঁৱৰ ডুমডুমীয়াত বিক্ৰী কৰা এটি ডেবছৰীয়া দেৱশিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷

Related Articles

Leave a Reply

Close