অসম

জালুগুটিত মটৰ চাইকেলে মহটিয়ালে দুই পথাচাৰীক: এজনৰ অৱস্থা সংকটজন

প্ৰথম খবৰ, বাৰপূজীয়া:  আজি সন্ধিয়া প্ৰায় ৮ বজাত AS 21 6361, ফাইজুল আলী নামৰ এজন বাইক আৰোহীয়ে এখন চাইকেলত খুন্দা মৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ইনামুল হক আৰু হিফজুৰ ৰহমান নামৰ দুই চাইকেল আৰোহী। ফাইজুল আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close