অসম

ডিকমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি আত্মহত্যা এগৰাকী ছাত্ৰী

প্ৰথম খবৰ , চাবুৱা : ডিকম আৰক্ষী চকীৰ অন্তৰ্গত ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি আত্মহত্যা কৰিছে। ডিকম বিনৈগুটীয়া গাঁৱৰ দিলীপ গোঁহাই আৰু জিনু গোঁহাইৰ কন্যা প্ৰণামী গোঁহাই ( ১৭ ) য়ে নিজ গৃহত ছিলিং ফেনত চিপলৈ আত্মহত্যা কৰে । মৃতদেহটো ডিকম আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close