অসম

ডিব্ৰুগড়ৰ বিতৰ্কিত সঞ্জয় জৈনক গ্ৰেপ্তাৰ

প্ৰথম খবৰ, ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বিতৰ্কিত জৈন ভাতৃ সঞ্জয় জৈনক গ্ৰেপ্তাৰ। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নতুন বজাৰ জৈন সমাজৰ সঞ্জয় জৈনক।হত্যাৰ ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ সঞ্জয় জৈন।৪৯৩ /১৭ গোচত গ্ৰেপ্তাৰ সঞ্জয় জৈন।

Related Articles

Leave a Reply

Close